অসমৰ প্ৰথম মুখ্যমন্ত্ৰীৰ হৰ্ডিঙত হিমন্ত বিশ্ব শৰ্মাৰ বিশাল ছবি প্ৰদৰ্শন ! এই ধৰণৰ ব্ৰেণ্ডিং ভাল নাপাওঁ: মুখ্যমন্ত্ৰী

অসমৰ (Assam) প্ৰথম মুখ্যমন্ত্ৰী লোকপ্ৰিয় গোপীনাথ বৰদলৈক উৎসৰ্গিত এখন হৰ্ডিঙত ৰাজ্যখনৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ (Assam CM Himanta Biswa Sarma) এক বিশাল ছবি(Picture) প্ৰদৰ্শন কৰাৰ সময়ত নেতাজনে বৃহস্পতিবাৰে টুইটাৰযোগে কয়, “মই এই ধৰণৰ ব্ৰেণ্ডিং একেবাৰে সমৰ্থন নকৰো”।

 

অসমৰ(Assam) প্ৰথম মুখ্যমন্ত্ৰী লোকপ্ৰিয় গোপীনাথ বৰদলৈক উৎসৰ্গিত এখন হৰ্ডিঙত ৰাজ্যখনৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ (Assam CM Himanta Biswa Sarma) এক বিশাল ছবি(Picture) প্ৰদৰ্শন কৰাৰ সময়ত নেতাজনে বৃহস্পতিবাৰে টুইটাৰযোগে কয়, “মই এই ধৰণৰ ব্ৰেণ্ডিং একেবাৰে সমৰ্থন নকৰো”।

Two-child policy must to alleviate Assam Muslims from poverty: CM Himanta  Biswa Sarma - The Financial Express

I do not endorse this kind of branding at all. Instruction has been issued not to use my picture from now onwards without prior approval of my office pic.twitter.com/Pl7p20IsxO

— Himanta Biswa Sarma (@himantabiswa) August 5, 2021

 

হৰ্ডিং বিতৰ্কৰ পিছতে ক্ষুব্ধ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। এতিয়াৰে পৰা মুখ্যমন্ত্ৰী কাৰ্যালয়ৰ অনুমতি অবিহনে কতো লগাব নোৱাৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ফটো। বৃহস্পতিবাৰে ভাৰতৰত্ন গোপীনাথ বৰদলৈৰ মৃত্যু বাৰ্ষিকী উপলক্ষে শ্ৰদ্ধাঞ্জলি জনাই ৰাজপথত লগোৱা হৰ্ডিঙক লৈ সৃষ্টি হৈছিল তীব্ৰ বিতৰ্ক। কিয়নো শ্ৰদ্ধাঞ্জলি জনোৱা হৰ্ডিঙত লোকপ্ৰিয় গোপীনাথ বৰদললৈৰ ফটোতকৈ অধিক ডাঙৰকৈ সংলগ্ন কৰিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ফটো। যাৰ পিছত অনুমিত অবিহনে কোনোধৰণৰ ঠাইত ফটো ব্যৱহাৰ কৰিব নোৱাৰিব বুলি সতৰ্ক কৰি দিয়ে মুখ্যমন্ত্ৰীগৰাকীয়ে।

Leave a Reply

Your email address will not be published. Required fields are marked *