উচ্চতৰ মাধ্যমিক উত্তীৰ্ণসকলৰ বাবে ডাঙৰ খবৰ! ৯ আগষ্টৰ পৰা অনলাইন পঞ্জীয়ন

উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত। শেহতীয়াকৈ ঘোষিত ফলাফলত অসন্তুষ্ট শিক্ষাৰ্থীসকলৰ বাবে অনুষ্ঠিত হ’ব বিশেষ পৰীক্ষা। ৯ আগষ্টৰ পৰা অনলাইন পঞ্জীয়ন আৰম্ভ হ’ব। পৰীক্ষাত অৱতীৰ্ণ হোৱাসকলে পাব নতুন মূল্যায়ন আধাৰিত মাৰ্কশ্বীট। জমা দিব লাগিব বৰ্তমানৰ মাৰ্কশ্বীট।

পৰীক্ষাত অৱতীৰ্ণ হোৱাসকলে পাব নতুন মূল্যায়ন আধাৰিত মাৰ্কশ্বীট। জমা দিব লাগিব বৰ্তমানৰ মাৰ্কশ্বীট।

Assam Board Exams 2021: State to Hold Class 10, 12 Board Exams; Students  Will Not Appear For All Papers

For Higher Secondary admission link – Click here.

Leave a Reply

Your email address will not be published. Required fields are marked *