ৰাজ্যৰ সকলো জিলাতে সান্ধ্য আইন প্ৰত্যাহাৰ, বিয়লি ৪ বজালৈকে খোলা থাকিব দোকান-পোহাৰঃ মুখ্যমন্ত্ৰী

Today Headline Assam: আজি প্ৰকাশ পাব নতুন কোভিড SOP এই বিষয়ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিছে গুৰুত্বপূৰ্ণ মন্তব্য

ৰাজ্যৰ সকলো জিলাৰ পৰা প্ৰত্যাহাৰ কৰা হ’ব সান্ধ্য আইন।

বিয়লি ৪ বজালৈকে খোলিব পাৰিব দোকান-পোহাৰ। কিন্তু ৫ বজাৰ পৰা সান্ধ্য আইন আৰম্ভ হ’ব।

কিন্তু লখিমপুৰ আৰু গোলাঘাট জিলাত ১ বজালৈকেহে খোলা থাকিব দোকান-পোহাৰ।

অহা ৭ আগষ্টে বিয়লি ৬ বজাৰ পিছত সকলো জিলা মুকলি কৰি দিয়াৰ চিন্তা কৰা বুলি জনাই মুখ্যমন্ত্ৰী শৰ্মাই।

আগন্তুক ৭ দিনৰ বাবে পৰ্যালোচনা কৰা হ’ব।

অহা ১৬ আগষ্টৰ পৰা আন্তঃজিলা যাতায়াত আৰম্ভ হ’ব, যদি পৰিস্থিতি এনেদৰে থাকে।

পৰিস্থিতি এনেদৰে উন্নত হৈ থাকিলে স্নাতকোত্তৰ শ্ৰেণী, স্নাতক চূড়ান্ত শ্ৰেণী, দ্বাদশ আৰু দশম শ্ৰেণীৰ পাঠদান ১ ছেপ্তেম্বৰৰ পৰা আৰম্ভ হোৱাৰ সম্ভাৱনা। এনেদৰে কয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

 

Leave a Reply

Your email address will not be published. Required fields are marked *