ADO জ্যোতিৰেখা দাস গ্ৰেপ্তাৰ হ’ল মঙলদৈত ১৫ হাজাৰ টকা ঘোচ লৈ

Assam News Today: কৃষকক ধান বিক্ৰীৰ বাবে প্ৰমাণ পত্ৰ দিয়াৰ বাবদ লৈছিল উক্ত ধন।

 

ADO জ্যোতিৰেখা দাস গ্ৰেপ্তাৰ – মঙলদৈত দুৰ্নীতি নিবাৰক শাখাৰ অভিযান। কৃষি বিভাগৰ খাৰুপেটীয়াৰ ADO জ্যোতিৰেখা দাসক গেপ্তাৰ। ১৫০০০ টকা লৈ থকা অৱস্থাত হাতে-লোটে গ্ৰেপ্তাৰ জ্যোতিৰেখা দাসক।কৃষকক ধান বিক্ৰীৰ বাবে প্ৰমাণ পত্ৰ দিয়াৰ বাবদ লৈছিল উক্ত ধন।

The Indian Rupee is doing fine

স্কুটীৰে আহি মঙলদৈৰ শান্তিপুৰ পথৰ ওপৰতে গ্ৰেপ্তাৰ জ্যোতি ৰেখা দাসক। দুৰ্নীতি নিবাৰক শাখাৰ উপ–আৰক্ষী অধীক্ষক মৈত্ৰেয়ী ডেকাৰ নেতৃত্বত অহা ১৮ জনীয়া দলে মঙলদৈৰ শান্তিপুৰত গ্ৰেপ্তাৰ কৰে জ্যোতিৰেখাক।

 

Leave a Reply

Your email address will not be published. Required fields are marked *