CBSE Class 10 Result: CBSEৰ দশম শ্ৰেণীৰ ফলাফল ঘোষণা, কেনেকৈ পাব Marksheet ?

এইবাৰ CBSE ৰ দশম শ্ৰেণীৰ উত্তীৰ্ণৰ হাৰ হৈছে ৯১.৪৬ শতাংশ। শিক্ষাৰ্থীসকলে cbse.nic.in, cbseresults.nic.in, digilocker.gov.inযোগে চাব পাৰিব নিজৰ ফলাফল।

এইবাৰ CBSEৰ দশম শ্ৰেণীৰ উত্তীৰ্ণৰ হাৰ হৈছে ৯১.৪৬ শতাংশ। শিক্ষাৰ্থীসকলে cbse.nic.in,cbseresults.nic.in,digilocker.gov.in যোগে চাব পাৰিব নিজৰ ফলাফল।

CBSE Class 10, 12 board exams to be held earlier than expected in 2021?  What students should know | India News | Zee News

কেন্দ্ৰীয় মাধ্যমিক শিক্ষা ব’ৰ্ডে (CBSE) দশম শ্ৰেণীৰ ফলাফল কিছু সময় পূৰ্বে ঘোষণা কৰিছে। মুঠ ১৮,৮৫,৮৮৫ জন শিক্ষাৰ্থীৰ ভিতৰত ১৭,১৩,১২১ জন শিক্ষাৰ্থী উত্তীৰ্ণ হয়।

এইবাৰ CBSEৰ দশম শ্ৰেণীৰ উত্তীৰ্ণৰ হাৰ হৈছে ৯১.৪৬ শতাংশ। শিক্ষাৰ্থীসকলে cbse.nic.in, cbseresults.nic.in, digilocker.gov.inযোগে চাব পাৰিব নিজৰ ফলাফল।

ইয়াত Click কৰিলেই চাব পাৰিব ফলাফল – Click here 

Leave a Reply

Your email address will not be published. Required fields are marked *