Chak De India: ইতিহাস ৰচনা কৰি ৪১বছৰ পিছত ভাৰতীয় পুৰুষ হকী দলে দখল কৰিল ব্ৰঞ্জৰ পদক…

Tokyo Olympics: ইতিহাস ৰচনা কৰি ৪১বছৰ পিছত ভাৰতীয় পুৰুষ হকী দলে ব্ৰঞ্জৰ পদক দখলৰ যুঁজত জাৰ্মানীক ৫-৪ ব্যৱধানত পৰাস্ত কৰে ভাৰতীয় পুৰুষ হকী দলে।

 

Tokyo Olympics: ইতিহাস ৰচনা কৰি ৪১ বছৰ পিছত  Indian Hockey Team (ভাৰতীয় পুৰুষ হকী দলে) দখল কৰিল ব্ৰঞ্জৰ পদক। ১৯৮০ চনৰ মস্কো অলিম্পিকৰ পিছত ভাৰতীয় পুৰুষ হকী দলে পদক দখল কৰিবলৈ সক্ষম হয়।

Olympics highlights: It's India men's hockey team vs Germany for bronze |  Business Standard News

ব্ৰঞ্জৰ পদক দখলৰ যুঁজত জাৰ্মানীক ৫-৪ ব্যৱধানত পৰাস্ত কৰে ভাৰতীয় পুৰুষ হকী দলে। খেলখনৰ অন্তিম ৬ ছেকেণ্ডত পেণাল্টীৰ সুযোগ পায় যদিও কাৰ্যকৰী কৰিব নোৱাৰিলে।

Leave a Reply

Your email address will not be published. Required fields are marked *