Coronavirus In India: দেশত এতিয়া কোৰোণাৰ কি স্থিতি? বিগত ২৪ ঘণ্টাত কিমান লোক আক্ৰান্ত হ’ল?

বৰ্তমান ৪,১৪,১৫৯ টা সক্ৰিয় ঘটনা আছে দেশত, এতিয়া লৈকে ৩,১০,১৫,৮৪৪ জন লোক সুস্থ হৈ উঠিছে আৰু ৪,২৬,৭৫৪জন লোকৰ মৃত্যু হৈছে।

 

Coronavirus Repost in India: দেশত কোৰোণা ভাইৰাছৰ সংক্ৰমণ পুনৰ বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। তৃতীয় ঢৌৰ আশংকাৰ মাজতে কোৰোণাৰ নতুন ঘটনাৰ এই বৃদ্ধি কম যদিও চিন্তাজনক। কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰণালয়ৰ মতে, বিগত ২৪ ঘণ্টাত দেশত ৪৪,৪৪৩জন লোক নতুনকৈ আক্ৰান্ত হৈছে কোৰোণাত। মৃত্যু হৈছে ৪৬৪জন লোকৰ। ইয়াৰ লগতে ৪১,০৯৬জন লোক সুস্থ হৈ উঠিছে।

Assam school sealed Guwahati Don Bosco School coronavirus containment zone  | India News – India TV

বৰ্তমান দেশত ৪,১৪,১৫৯টা সক্ৰিয় ঘটনা আছে, মুঠ ৩,১০,১৫,৮৪৪জন লোক সুস্থ হৈ উঠিছে আৰু ৪,২৬,৭৫৪জন লোকৰ মৃত্যু হৈছে। মন্ত্ৰণালয়ৰ তথ্য অনুসৰি, বিগত ২৪ ঘণ্টাত ৩০৮৮টা সক্ৰিয় ঘটনা বৃদ্ধি পাইছে। আনহাতে, দেশত এতিয়ালৈ ৪৯,৫৩,২৭,৫৯৩জন লোক ভেকচিন প্ৰদান কৰা হৈছে

Leave a Reply

Your email address will not be published. Required fields are marked *