Lovlina borgohain: খেলৰ বাবে স্থগিত হ’ব সদন, কাইলৈ ১১ বজাত বিধানসভাৰ অধিৱেশন স্থগিত ৰাখি লাভলীনাক জনাব সমৰ্থন

Sport News Assam: বুধবাৰৰ দিনটো দেশৰ বাবে ঐতিহাসিক দিন। কাইলৈৰ পৰা পুনৰ আৰম্ভ হ’ব অসম বিধানসভাৰ বাজেট অধিৱেশন। ১১ বজাত অধিৱেশন স্থগিত ৰাখি লাভলীনাক (lovlina borgohain) সমৰ্থন জনাব। ৩০ মিনিটৰ বাবে সদন স্থগিত ৰাখিব।

EXCLUSIVE - Want to Break My Record and Return a Champion: Lovlina Borgohain Looking Forward to Tokyo Olympics

Image: Lovlina borgohain

অসম বিধান সভাৰ অধ্যক্ষক এই প্ৰস্তাৱ দিছিল উপাধ্যক্ষ ডাঃ নোমল মমিনে। অলিম্পিকৰ ইতিহাসৰ সাক্ষী হ’ব অসম বিধানসভা।

Boxer Lovlina Borgohain Assured a Medal at Tokyo Olympics! Faces World Number One on 4 August

Image: Lovlina borgohain

বুধবাৰৰ দিনটো দেশৰ বাবে ঐতিহাসিক দিন। অলিম্পিকৰ ছেমি ফাইনেলত অসমৰ লাভলীনা মুখামুখি হ’ব তুৰ্কীৰ বুচানেজ চুৰমেনেলীৰ।

Leave a Reply

Your email address will not be published. Required fields are marked *