Lovlina Borgohain: স্বদেশত উপস্থিত অসমকন্যা লাভলীনা বৰগোহাঁই ! দিল্লীত উপস্থিত হৈ কি ক’লে লাভলীনাই ?

স্বদেশত উপস্থিত অসমকন্যা লাভলীনা বৰগোহাঁই ! দিল্লীত উপস্থিত হৈ কি ক’লে সকলোকে ধন্যবাদ। ঘৰলৈ উভতি আহি বৰ ভাল লাগিছে। মোৰ পৰৱৰ্তী লক্ষ্য হৈছে ২০২৪ চনৰ পেৰিছ অলিম্পিকত সোণৰ পদক জয় কৰা: টকিঅ’ অলিম্পিকৰ ব্ৰঞ্জ পদক বিজয়ী বক্সাৰ লাভলীনা বৰগোহাঁই(Lovlina Borgohain).

 

অসমৰ লাভলীনা বৰগোঁহাই (Lovlina Borgohain)য়ে টকিঅ’ অলিম্পিক (Tokyo Olympics 2020) গেমছত ব্ৰঞ্জৰ পদকেৰে দেশবাসীক গৌৰৱান্নিত কৰিছে । সফল খেলুৱৈ লাভলীনা বৰগোহাঁইয়ে ব্ৰঞ্জৰ পদকেৰে সোমবাৰে নতুন দিল্লীত আহি উপস্থিত হয়।

Lovlina Borgohain: স্বদেশত উপস্থিত অসমকন্যা লাভলীনা বৰগোহাঁই ! দিল্লীত উপস্থিত হৈ কি ক'লে লাভলীনাই ?

সকলোকে ধন্যবাদ। ঘৰলৈ উভতি আহি বৰ ভাল লাগিছে। মোৰ পৰৱৰ্তী লক্ষ্য হৈছে ২০২৪ চনৰ পেৰিছ অলিম্পিকত সোণৰ পদক জয় কৰা: টকিঅ’ অলিম্পিকৰ ব্ৰঞ্জ পদক বিজয়ী বক্সাৰ লাভলীনা বৰগোহাঁই(Lovlina Borgohain)য়ে সোমবাৰে দিল্লীত এই মন্তব্য কৰে।

 

Leave a Reply

Your email address will not be published. Required fields are marked *