Lovlina Borgohain : ১১ আগষ্টত এদিনৰ বাবে অসমত উপস্থিত থাকিব লাভলীনা

লাভলীনা ১৩ আগষ্টত গুৱাহাটীৰ পৰা পুনৰ উভতি যাব নতুন দিল্লীলৈ।

 

সোমবাৰে নতুন দিল্লীত উপস্থিত হ’ব টকিঅ’ অলিম্পিকৰ পদক বিজয়ী লাভলীনা বৰগোহাঁই। ১১ আগষ্টত এদিনৰ বাবে অসমত উপস্থিত থাকিব লাভলীনা। লাভলীনা বৰগোহাঁইক চৰকাৰৰ পৃষ্ঠপোষকতাত এখন মঞ্চতে ৰাজহুৱা সম্বৰ্ধনাৰ ব্যৱস্থা কৰিব ১১ আগষ্টত।

Boxer Lovlina Borgohain: Only gold is a medal

গুৱাহাটীৰ পৰা পুনৰ উভতি যাব নতুন দিল্লীলৈ ১৩ আগষ্টত লাভলীনাই। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আহ্বানক্ৰমে স্বাধীনতা দিৱসৰ লালকিল্লাৰ কাৰ্যসূচী উপস্থিত থাকিব ভাৰতৰ গৌৰৱ বক্সাৰগৰাকী।

 

Leave a Reply

Your email address will not be published. Required fields are marked *