Minster Piyush Hazarika কি সিদ্ধান্ত ললে সাংবাদিকৰ কল্যাণৰ বাবে? সাংবাদিকৰ ৫ সংগঠনৰ সৈতে আলোচনা।

Minster Piyush Hazarika সিদ্ধান্ত মতে সাংবাদিকৰ পেঞ্চন ৮ হাজাৰৰ পৰা ১০ হাজাৰলৈ বৃদ্ধি হ’ব। আকস্মিকভাৱে মৃত্যু হোৱা ৬০ বছৰৰ তলৰ সাংবাদিকৰ পৰিয়ালক ১ৰ পৰা ৩ লাখ টকাৰ এককালিন সাহায্য দিব।
Minster Piyush Hazarika
Minster Piyush Hazarika সিদ্ধান্তত লোৱা হৈছে কেইটামান গুৰুত্বপূৰ্ণ সিদ্ধান্ত ।

১ ম সিদ্ধান্ত – এতিয়াৰ পৰা প্ৰতিমাহৰ মাহৰ ১০ তাৰিখে জনসংগযোগ বিষয়াই আলোচনা মিলিত হব সংগঠনকেইটাৰ প্ৰতিনিধিৰ সৈতে।

২ য় সিদ্ধান্ত – সাংবাদিকৰ পেঞ্চন এতিয়াৰ ৮ হাজাৰৰ পৰিবৰ্তে ১০ হাজাৰলৈ বৃদ্ধি কৰাৰ সিদ্ধান্ত।

৩ য় সিদ্ধান্ত – আকস্মিকভাৱে মৃত্যু হোৱা ৬০ বছৰৰ তলৰ সাংবাদিকৰ পৰিয়ালক ১লাখৰ পৰা ৩ লাখ টকাৰ এককালিন সাহায্য দিয়া হ’ব।

আনহাতে সাংবাদিকতাৰ নিয়ম ভংগ কৰা সাংবাদিককৰ বিৰুদ্ধে ব্যৱস্থা লোৱা হ’ব বুলিও কয় মন্ত্ৰীগৰাকীয়ে।

Leave a Reply

Your email address will not be published. Required fields are marked *