No Fees for Admission : কলেজ, উচ্চতৰ মাধ্যমিকৰ অনলাইন নামভৰ্তিত ল’ব নোৱাৰিব কোনো মাছুল, শিক্ষা বিভাগৰ জৰুৰী নিৰ্দেশ।

Today Guwahati News: শিক্ষা বিভাগৰ জৰুৰী নিৰ্দেশ কলেজ বা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অনলাইন এডমিছনৰ (Online Admission) বাবদ ল’ব নোৱাৰিব কোনোধৰণৰ মাছুল। No Admission fee for Admission College and Higher Secondary School. 

ADMISSION 2021 (B.E/B.Tech) - PSNA College of Engineering and Techcnology

কলেজ বা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অনলাইন এডমিছনৰ (Online Admission) বাবদ ল’ব নোৱাৰিব কোনোধৰণৰ মাছুল। 

হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাৰ ফলাফল ঘোষণাৰ লপিছতে এতিয়া ৰাজ্যত নামভৰ্তিৰ জোৱাৰ উঠিছে। এই সময়তে কোনো কলেজ বা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত নামভৰ্তিৰ বাবে ল’ব নোৱাৰিব কোনো মাছুল। শিক্ষা বিভাগৰ জৰুৰী নিৰ্দেশ।

প্ৰাদেশীকৃত আৰু চৰকাৰী আদৰ্শ মহাবিদ্যালয় বা তেনে প্ৰতিষ্ঠানত অনলাইন এডমিছনৰ (Online Admission) বাবদ ল’ব নোৱাৰিব কোনোধৰণৰ মাছুল।

Leave a Reply

Your email address will not be published. Required fields are marked *