Pori Moni|| বাসগৃহত উদ্ধাৰ বৃহৎ পৰিমাণৰ সুৰা! আৰক্ষীৰ জালত জনপ্ৰিয় অভিনেত্ৰী

Pori Moni|| বাসগৃহত উদ্ধাৰ বৃহৎ পৰিমাণৰ সুৰা! যেতিয়া ৰবৰ সদস্যসকল অভিনেত্ৰী গৰাকীৰ ঘৰত উপস্থিত হৈছিল, সেইসময়ত অভিনেত্ৰীগৰাকীয়ে  ফেচবুক লাইভৰ জৰিয়তে ঘটনাটো বৰ্ণনা কৰিছিল।

 

*পৰিমণিক বুধবাৰে সন্ধিয়া প্ৰায় ৭.৪৫ বজাত গ্ৰেপ্তাৰ কৰা হৈছিল। অনুসন্ধান অভিযানৰ সময়ত মহিলা ৰব বিষয়াসকলও উপস্থিত আছিল।  অৱশ্যে, উপস্থিত ৰব বিষয়াসকলে কিহৰ বাবে এই অভিযান চলাইছিল সেই বিষয়ে মুকলি কৈ কোৱা নাই।

 পৰীমণিয়ে শেহতীয়াকৈ এগৰাকী ব্যৱসায়ীৰ বিৰুদ্ধে ধৰ্ষণৰ অপচেষ্টা কৰাৰ অভিযোগ উত্থাপিত কৰি সংবাদ শিৰোনাম দখল কৰিছিল। এই ঘটনাৰ সন্দৰ্ভত ঢাকা বোট ক্লাৱৰ সদস্য ব্যৱসায়ী নাচিৰ উদ্দিন মাহমুদক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। 

*যেতিয়া ৰবৰ সদস্যসকল অভিনেত্ৰীগৰাকীৰ ঘৰত উপস্থিত হৈছিল, সেইসময়ত অভিনেত্ৰীগৰাকীয়ে  ফেচবুক লাইভৰ জৰিয়তে ঘটনাটো বৰ্ণনা কৰিছিল। তেওঁ ‘ভয় খাইছে’ বুলিও উল্লেখ কৰিছিল।।

পৰীমণিয়ে শেহতীয়াকৈ এগৰাকী ব্যৱসায়ীৰ বিৰুদ্ধে ধৰ্ষণৰ অপচেষ্টা কৰাৰ অভিযোগ উত্থাপিত কৰি সংবাদ শিৰোনাম দখল কৰিছিল। এই ঘটনাৰ সন্দৰ্ভত ঢাকা বোট ক্লাৱৰ সদস্য ব্যৱসায়ী নাচিৰ উদ্দিন মাহমুদক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। 

 

Leave a Reply

Your email address will not be published. Required fields are marked *