উচ্চতৰ মাধ্যমিক উত্তীৰ্ণসকলৰ বাবে ডাঙৰ খবৰ! ৯ আগষ্টৰ পৰা অনলাইন পঞ্জীয়ন

উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত। শেহতীয়াকৈ ঘোষিত ফলাফলত অসন্তুষ্ট শিক্ষাৰ্থীসকলৰ বাবে অনুষ্ঠিত হ’ব বিশেষ পৰীক্ষা।…