Tokyo Olympicsত দেশলৈ Silver Medal, ভাৰতীয় মল্লযোদ্ধা ৰবি দাহিয়াই ৰচিলে ইতিহাস…

Tokyo Olympics: ত ভাৰতীয় মল্লযোদ্ধা ৰবি দাহিয়াই ফাইনেলত পৰাস্ত হ’লেও শক্তিশালী প্ৰদৰ্শনেৰে ফাইনেলত প্ৰৱেশ কৰিছিল। তেওঁ ৫৭ কিলোগ্ৰাম ছেমি ফাইনেলত কাজাখস্তানৰ ছানায়াভ নুৰইছলামক পৰাস্ত কৰিছিল।

 

Tokyo Olympics ত দেশৰ নাম উজলাই তুলিলে মল্লযোদ্ধা ৰবি দাহিয়াই। ভাৰতৰ হৈ ৰূপৰ পদক অৰ্জন কৰিছে ৰবি দাহিয়াই। ফাইনেলত পৰাস্ত হয় মল্লযোদ্ধাগৰাকী। জাভুৰ য়ুগুয়েভৰ বিৰুদ্ধে ৪-৭ ব্যৱধানত পৰাস্ত ৰবি দাহিয়া।

Tokyo 2020: Meet Ravi Dahiya, the wrestler who has assured India's fourth  medal at the Games

ভাৰতীয় মল্লযোদ্ধা ৰবি দাহিয়াই টকিঅ’ অলিম্পিকত শক্তিশালী প্ৰদৰ্শনেৰে ফাইনেলত প্ৰৱেশ কৰিছিল। তেওঁ ৫৭ কিলোগ্ৰাম ছেমি ফাইনেলত কাজাখস্তানৰ ছানায়াভ নুৰইছলামক পৰাস্ত কৰিছিল।

 

Leave a Reply

Your email address will not be published. Required fields are marked *