Tokyo Olympics ত ব্ৰঞ্জৰ পদক লাভ কৰিলে অসমকন্য়া লাভলীনাই, ব্ৰঞ্জৰ পদক জয়ী হোৱা দেশৰ তৃতীয় বক্সাৰ হ’ল লাভলীনা…

Sport News Today: Tokyo Olympicsত লাভলীনাই (Lovlina Borgohain) তুৰ্কীৰ বিশ্ব চেম্পিয়ন বুচেনাজ চুৰমেনেলিৰ বিৰুদ্ধে ৬৯ কিলোগ্ৰাম ছেমি ফাইনেলত দুৰ্দান্ত খেল খেলি পৰাজয় হয় যদিও অলিম্পিকৰ ইতিহাসত পদক লাভ কৰা তৃতীয়গৰাকী ভাৰতীয় বক্সাৰ হিচাপে পৰিগণিত হয়।

Lovlina Borgohain vs Busenaz Surmeneli: All you need to know about the  women's welterweight boxing category and schedule

Image – Lovlina Borgohain vs buchenas curmelin

Tokyo Olympicsত লাভলীনাই (Lovlina Borgohain) তুৰ্কীৰ বিশ্ব চেম্পিয়ন বুচেনাজ চুৰমেনেলিৰ বিৰুদ্ধে ৬৯ কিলোগ্ৰাম ছেমি ফাইনেলত দুৰ্দান্ত খেল খেলি পৰাজয় হয় যদিও অলিম্পিকৰ ইতিহাসত পদক লাভ কৰা তৃতীয়গৰাকী ভাৰতীয় বক্সাৰ হিচাপে পৰিগণিত হয়।

 

Leave a Reply

Your email address will not be published. Required fields are marked *